নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুমলীগড় শোধানাগাৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

গুৱাহাটী ১৫ নৱেম্বৰঃ নুমলীগড় শোধানাগাৰৰ শোধন ক্ষমতা ৯ মিলিয়ন টনলৈ ক্ষমতা বৃদ্ধি কৰি শীঘ্ৰেই এন আৰ এলৰ কাম সম্প্ৰহসাৰণৰ দাবীত নুমলীগড়ত আজি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই গণ সত্যাগহ কাৰ্যসূচী ৰূপায়ন কৰে। আছুৱে সকীয়াই দিয়ে অসম আন্দোলনৰ ফচল নুমলীগড় শোধানাগাৰ। অসমীয়াৰ স্বাভিমান নুমলীগড় শোধানাগাৰ। শোধানাগাৰটোৰ ব্যক্তিগতকৰণ কোনো কাৰণতে মানি নলয় আছুৱে। আছুৰ হুংকাৰ এই দাবী মানি নললে অধিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব। আছুৱে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ভূমিকাকো তীব্ৰ সমালোচনা কৰে।

You might also like