ফিল্ম ফেয়াৰ এৱাৰ্ড বাতিলৰ দাবী শিল্পী সমাজৰ
- ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান বাতিলৰ দাবী নাগৰিক সমাজ, শিল্পী সমাজকে ধৰি কেইবাটাও সংগঠনৰ।
- ফিল্ম ফেয়াৰ এৱাৰ্ডছ বৰ্জন শিল্পী সমাজৰ।
- এই অনুষ্ঠানত অসমৰ শিল্পীক অগ্ৰাধিকাৰ দিয়া নহয় বুলি অভিযোগ শিল্পী সমাজৰ।
- ফিল্ম ফেয়াৰৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ আলোচনী খনে অসমৰ পৰা লুটি নিব ধন।
- আজিলৈকে কোনো ৰাজ্যই স্পনছৰ কৰা নাই বুলি মন্তব্য শিল্পী সমাজ, নাগৰিক সমাজৰ ।