নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমৰ্ষ মনেৰে উভতিল ভাৰত-শ্ৰীলংকাৰ খেলুৱৈ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ সোমবাৰে দুপৰীয়া গুৱাহাটী এৰিলে বিৰাট কোহলিৰ মেন ইন ব্লুজৰ লগতে লাচিথ মালিংগাৰ সিংহলী বাহিনীয়ে । প্ৰায় ১.৩০ বজাত ৰেডিছন ব্লু হোটেলৰ পৰা পৃথকে পৃথকে ওলাই যায় দুয়োটা দলৰ খেলুৱৈসকল ।

ইয়াৰ পিছতে বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ দুয়োটা দলৰ খেলুৱৈসকলে গুৱাহাটীৰ পৰা ইন্দোৰলৈ ৰাওনা হয় ।

উল্লেখ্য যে তিনিখন খেলৰ শৃংখলাটোৰ দ্বিতীয়খন খেল অহা ৭ জানুৱাৰীত ইন্দোৰত অনুষ্ঠিত হ’ব ।

You might also like