নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেমকেয়াৰ হাস্পতালৰ কাষত ভয়ংকৰ অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ বৃহস্পতিবাৰে বিয়লি ভঙাগড়ৰ নেমকেয়াৰ হাস্পতালৰ কাষতে সংঘটিত হয় এইক ভয়ংকৰ অগ্নিকাণ্ড । উজ্জ্বল ৰেষ্টুৰেণ্টৰ পৰা সূত্ৰপাত হোৱা এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় উজ্জ্বল ৰেষ্টুৰেণ্টৰ লগতে গুঞ্জন চুইটছ নামৰ হোটেলখন । চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডই কাষতে থকা নেমকেয়াৰ হাস্পাতাললৈ ভাবুকি কঢ়িয়াই আনিছিল যদিও কেবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ সহায়ত নিৰ্বাপিত কৰা হয় অগ্নি । অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ।

You might also like