নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ ! পুনৰ ৬০ জনৰ দেহত ক’ৰোনা পজিটিভ; আক্ৰান্তৰ সংখ্যা ৭৭৪ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৭ মে’: ৰাজ্যত নতুনকৈ ৬০ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে সৰ্বাধিক ৪১ গৰাকী কামৰূপ মেট্ৰ’ৰ, ৯ গৰাকী হোজাইৰ, ৫ গৰাকী মৰিগাঁৱৰ, ৪ গৰাকী দৰঙৰ আৰু ১ গৰাকী কামৰূপৰ ৷

যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৭৭৪ জনলৈ বৃদ্ধি পায় ৷ লগতে ৰাজ্যত সম্প্ৰতি ৭০৫ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷

You might also like