মাৰ্কাজক লৈ মিছা বাতৰিৰ অভিযোগ AIUDF বিধায়কৰঃ দিলে ভয়ংকৰ সাম্প্ৰদায়িক মন্তব্য
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ দক্ষিণ দিল্লীৰ হজৰত নিজামুদ্দিনত আয়োজন কৰা তবলিগী জামাত কাৰ্যসূচীত অংশগ্ৰহণ কৰা একাংশ লোকৰ শৰীৰত ক’ৰোনা সংক্ৰমণৰ তথ্যই দেশবাসীক উদিগ্ন কৰি তুলাৰ সময়তে এই ঘটনাই দুঃসংবাদ কঢ়িয়াই আনিছে অসমলৈও ।
কিন্তু তেনে এক সংকট তথা দুৰ্যোগৰ সময়ত নিকৃষ্ট ৰাজনীতি, ভয়ংকৰ সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছে AIUDF ৰ বিধায়ক আমিনুল ইছলামৰ।
বিধায়কগৰাকীয়ে ছ’চিয়েল মিডিয়া যোগে মাৰ্কাজক লৈ মিছা বাতৰি প্ৰচাৰ কৰি দেশত অশান্তিৰ সৃষ্টি কৰা হৈছে বুলি মন্তব্য কৰিছে ।
চাওক ফেচবুকত কি মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে-