নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোক এঘৰীয়া নকৰিব, আঁতৰাই নপঠাবঃ মুখ্যমন্ত্ৰী সোণোৱাল

সাংবাদিকৰে মত-বিনিময় মুখ্যমন্ত্ৰীৰ

অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সাংবাদিকৰে মত-বিনিময় মুখ্যমন্ত্ৰী সোণোৱালৰ

  • ৰাজ্যবাসীক নৱবৰ্ষৰ শুভেচ্ছা মুখ্যমন্ত্ৰী সোণোৱালৰ
  • গণতন্ত্ৰত সংবাদমাধ্য়মৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ
  • সংবাদমাধ্য়মৰ আহ্বানক ইতিবাচকভাৱে গ্ৰহণ কৰিম
  • মই গঠনমূলক সমালোচনা ভালপাওঁঃ মুখ্যমন্ত্ৰী
  • গঠনমূলক সমালোচনাই মানুহক শিক্ষা দিয়ে
  • সকলোকে আস্থা-বিশ্ৱাসত লৈ আমি আগবাঢ়িছো
  • কোনো পৰিস্থিতিত খিলঞ্জীয়াৰ পৰিপন্থী কাম নকৰো
  • চৰকাৰে ৰাজ্যত শান্তি-সম্প্ৰীতিৰ হকে কাম কৰি যাব
  • CAAৰে কোটি কোটি বাংলাদেশী আহিব বুলি কোৱাটো ভিত্তিহীন
  • CAAৰ নামত বহুত অপপ্ৰচাৰ হ’ল
  • চাহ শ্ৰমিকৰ মাটি কাঢ়ি নিব বুলি বুলি মিছাকৈ কোৱা হৈছে
  • গাঁবৰ খেতিয়কৰ মাটি হেৰুৱাব বুলি অপপ্ৰচাৰ চলাইছে
  • খিলঞ্জীয়াৰ মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা লৈছে চৰকাৰে
  • নানা জনগোষ্ঠীৰ ভাষাৰ প্ৰসাৰৰ বাবে চৰকাৰ দায়বদ্ধ
  • ভাষা গৌৰৱ আঁচনিৰ অধীনত জনগোষ্ঠীয় লেখকলৈ সাহায্য প্ৰদান কৰা হ’ব
  • চুকাফাৰ আদৰ্শক শ্ৰদ্ধা, সৰু জাতি-জনগোষ্ঠীক মৰ্যাদা প্ৰদান কৰা হৈছে
  • ৰাষ্ট্ৰীয় দলত যোগ দিলেও মই জাতীয় চেতনা এৰা নাই
  • ৰাইজ মোক এঘৰীয়া নকৰিব, আঁতৰাই নপঠাব
  • এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
  • দুৰ্নীতিমুক্ত অসম গঢ়াৰ আমাৰ লক্ষ্য
  • আমি দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছো
  • দুৰ্নীতি পুলিয়ে-পোখাই উভালি পেলোৱাটো প্ৰত্যাহ্বান
  • মোক অপৰাধী সজাইছে, কিন্তু মই জাতিৰ ক্ষতি নকৰো