নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশু দিৱস উপলক্ষ্যে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

গুৱাহাটী, ১৪ নৱেম্বৰঃ আজি শিশুদিৱস । দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে এই দিনটো শিশুদিৱস হিচাপে সমগ্ৰ দেশজুৰি পালন কৰা হয় ।

শিশু দিৱস উপলক্ষ্যে মুখ্যমন্ত্ৰীৰ টুইট

বৃহস্পতিবাৰে পুৱাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো শিশুকে টুইট যোগে শুভেচ্ছা জ্ঞাপন কৰে । লগতে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুক সোঁৱৰণ কৰি শিশুসকলক উদ্দেশ্যি তেওঁলোকৰ সপোনবোৰ সাৰ্থক আৰু হাঁহিৰে পৃথিৱীক পোহৰাই তুলিবলৈ আহ্বান জনাই ।

You might also like