নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইলাকান্দিত ভয়াৱহ অগ্নিকাণ্ড : ২০ লক্ষাধিক টকাৰ সামগ্ৰী জাহ

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ : হাইলাকান্দিত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। জুইত সম্পূৰ্ণৰূপে জাহ গৈছে এখন কাপৰৰ দোকান। হাইলাকান্দি জিলাৰ আলগাপুৰ বজাৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড। CLOTH STORE নামৰ কাপোৰৰ দোকানখনৰ ২০ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ গৈছে। নিশা প্ৰায় ৩ বজাত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। পিছত স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। অগ্নিনিৰ্বাপক বাহিনীয়ে উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে ।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like