নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিতেশ দেৱ শৰ্মাৰ বিৰ্তকিত ফেচবুক পষ্টৰ ব্যাখা বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিয়মীয়া বাৰ্তা ৬ ডিচেম্বৰঃ আজি উচ্চতম ন্যায়ালয়ে এন আৰ চিক লৈ প্ৰথমটো শুনানি অনুষ্ঠিত হয়। এন আৰ চিৰ নৱ নিযুক্ত সমন্বয়ক হিতেশ দেৱ শৰ্মাই ফেচবুকত এন আৰ চি সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিল সেই সন্দৰ্ভত ব্যাখা বিচাৰিলে উচ্চতম ন্যায়ালয়ে। ইফালে এন আৰ চিৰ পৰা বাদ পৰা শিশু সকলক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ নকৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে। এই সন্দৰ্ভত চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।

You might also like