নিয়মীয়া বাৰ্তা, ১ মেঃ ৩য় পৰ্যায়ৰ লক ডাউনৰ নতুন নিয়মঃ
- বন্ধ থাকিব সাধাৰণ ৰে’ল সেৱা, বিমান সেৱা
- আন্তঃৰাজ্যিক যাতায়াত বন্ধ
- নিশা স্থানীয় প্ৰশাসনে দিব পাৰিব কাৰ্ফিউ
- অসুস্থলোক,শিশু, গৰ্ভৱতী মহিলা ঘৰৰ পৰা ওলোৱাত বাধা
- স্কুল কলেজ বন্ধ থাকিব কিন্তু গ্ৰীন জ’নত খুলিব উদ্যোগ
- আৱাসিক এলেকা, গ্ৰামাঞ্চলত খুলিব দোকান
- গ্ৰীন জ’নত ৫০শতাংশ যাত্ৰীক লৈ চলিব বাছ
- এজন যাত্ৰীক লৈ চলাব পাৰিব টেক্সী
- নিশা ৭ বজাৰ পৰা পুৱা ৭ বজালৈ বন্ধ যাতায়াত
- বিশেষ ৰে’লেৰে বহিঃৰাজ্যৰ পৰা লোকক আনিব পাৰিব
- ৰাজ্য চৰকাৰসমূহে নিজাববীয়াকৈ শিথিলতা আনিব পাৰিব
- সকলো ধৰণৰ ধৰ্মীয় অনুষ্ঠান বন্ধ, শ্বপিং মল, চেলুন, চিনেমা হল বন্ধ থাকিব
- অব্যাহত থাকিব NREGAৰ কাম