নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু দেৱ-দেৱী সন্দৰ্ভত অশোভনীয় মন্তব্য কৰি গ্ৰেপ্তাৰ গৌৰীপুৰৰ যুৱক শাজাহান

নিয়মীয়া বাৰ্তা, ১৮ মে’ : সামাজিক মাধ্যমত হিন্দু দেৱ-দেৱী সন্দৰ্ভত আপত্তিজনক মন্তব্য দিয়া এজন যুৱকক ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, শাহাজান আলী নামৰ সেই যুৱকজনে সামাজিক মাধ্যমত বিভিন্ন দেৱ-দেবীৰ চৰিত্ৰক লৈ সামাজিক মাধ্যমত কৰা এক অশোভনীয় চকুত পৰিছিল একাংশৰ আৰু বিষয়টো আৰক্ষীক অৱগত কৰিছিল। তেতিয়া, গৌৰীপুৰ আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে। ধৃত আলীৰ ঘৰ গৌৰীপুৰৰ চাৰযোগীপাৰাত বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like