
অসম মন্ত্ৰীসভাৰ ২ মন্ত্ৰীৰ দপ্তৰ সলনি।
![📌]()
ড০ হিমন্ত বিশ্ব শৰ্মাৰ দুই মন্ত্ৰীৰ দপ্তৰৰ সালসলনি।

যোগেন মহনক MINES & MINERALSৰ অতিৰিক্ত দায়িত্ব
![📌]()
নন্দিতা গাৰ্লোচাক ক্ৰীড়া আৰু যুৱ কল্যাণৰ অতিৰিক্ত দায়িত্ব

নন্দিতা গাৰ্লোচাৰ পৰা কৰ্তন MINES & MINERALS দপ্তৰ
![📌]()
যোগেন মহনৰ দায়িত্বত আছে ৰাজহ-দুৰ্যোগ প্ৰশমন

পাৰ্বত্য অঞ্চল উন্নয়নৰ দায়িত্বতো আছে যোগেন মহন।