নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতা ভৱনৰ সন্মুখত বাছে মহটিয়ালে বিলাসী ভাৰ্না

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। জনতা ভৱনৰ সমীপত বাছে মহটিয়াই নিলে এখন বিলাসী বাহন। চিটীবাছৰ দৌৰাত্ম্যৰ বাবেই সংঘটিত হৈছে দুৰ্ঘটনা। AS01GC 2880 চিটীবাছখনে মহটিয়াই নিলে AS01FR7070 নম্বৰৰ বিলাসী VERNA বাহনখন। কথমপি ৰক্ষা পৰিল চিটীবাছৰ থকা চালকসহ যাত্ৰীসকল। উল্লেখ্য যে ৪ ফেব্ৰুৱাৰীত হবলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানৰ বাবে ভাৰাত অনা হৈছিল চিটীবাছখন।

You might also like