নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CAAৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্ৱপূৰ্ণ নিৰ্দেশ

২২জানুৱাৰীত পৰবৰ্তী শুনানি

CAAৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্ৱপূৰ্ণ নিৰ্দেশ

  • ২২জানুৱাৰী পৰ্যন্ত কাৰ্যকৰী নহ’ব CAA আইন
  • CAAৰ সন্দৰ্ভত ২২ জানুৱাৰীত হৱ পৰৱৰ্তী শুনানি
  • উত্তৰ-পূবৰ মুঠ ১৮ খন আৱেদনৰ শুনানি গ্ৰহণ
  • কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী
  • স্থগিতাদেশ আবেদন সন্দৰ্ভতো চৰকাৰলৈ জাননী ন্যায়ালয়ৰ