বিশেষ বাৰ্তা, ১৮ আগষ্টঃ দিবন ডেকাক গ্ৰেপ্তাৰ চানমাৰি আৰক্ষীৰ। ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা আৰু ফটো ভাইৰেল কাণ্ডৰ লগত নাম সাঙুৰ খোৱা দিবন ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষীৰ মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ চাকৰি কেলেংকাৰিৰ লগত জড়িত, বিতৰ্কিত বহিষ্কৃত বিজেপি নেতা দিবন ডেকাক। বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ ফটো ভাইৰেল ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা দিবন ডেকাক চানমাৰি থানাত সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয়।