নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত নতুনকৈ ২ গৰাকী লোক কোভিড পজিটিভ; আক্ৰান্তৰ সংখ্যা ৫৯৭ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৬ মে’: ৰাজ্যত নতুনকৈ ২ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ২ গৰাকী লোকেই নগাঁৱৰ বুলি জানবি পৰা গৈছে ৷

যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ৫৯৭ জনলৈ বৃদ্ধি পায় ৷ লগতে ৰাজ্যত সম্প্ৰতি ৫২৮ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷

You might also like