ৰাজ্যত নতুনকৈ ক’ৰোনাত আক্ৰান্ত ৮১ জনকৈ লোক
নিয়মীয়া বাৰ্তা, ৬জুনঃ ৰাজ্যত নতুনকৈ আক্ৰান্ত হৈছে ৮১জনকৈ লোক। ইয়াকে লৈ ৰাজ্যত আক্ৰান্তৰ সংখ্যা ২৩২৪জনলৈ বৃদ্ধি।
নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত ৪০জন হোজাইৰ, ৯জন ধেমাজিৰ, ৭জন বৰপেটা, ৭জন নগাঁও, ৪জন বিশ্বনাথ, ৪জন এয়াৰপৰ্ট. ৩জন শোণিতপুৰ, দুজন কাৰ্বি আংলং, ২জন তিনিচুকীয়া, এজন লখিমপুৰৰ বুলি জানিব পৰা গৈছে। টুইটাৰযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
?Alert ~ 81 new cases of #COVID19+
40 Hojai, 9 Dhemaji, 7 Barpeta, 7 Nagaon, 4 Biswanath, 4 Airport, 3 Sonitpur, 2 K Anglong, 2 Tinsukia, 1 Morigaon, 1 D’garh, 1 Lkhmpur
↗️Total cases 2324
↗️Recovered 509
↗️Active cases 1808
↗️Deaths 04Update 11:35 PM /June 6/Day’s total 81 pic.twitter.com/VhsVfF8q6G
— Himanta Biswa Sarma (@himantabiswa) June 6, 2020