বিশেষ বাৰ্তা, ১৫ ডিচেম্বৰঃ
🔷ধৰাৰ মায়া এৰি অজানদেশলৈ শিৱনাথ বৰ্মন।
🔷বিশিষ্ট সাহিত্যিক শিৱনাথ বৰ্মনৰ দেহাৱসান।
🔷নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান সাংবাদিকগৰাকীয়ে।
🔷দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল চিন্তাবিদগৰাকী।