নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ : কামৰূপ (ম)ক ড্ৰোণ উৰণ নিষিদ্ধ এলেকা ঘোষণা

বিশেষ বাৰ্তা, ৫ এপ্ৰিলঃ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক গুৱাহাটী ভ্ৰমণৰ পৰিপেক্ষিতত ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ আৰু ১৩ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ কামৰূপ মহানগৰ জিলাক ড্ৰোন উৰণ নিষিদ্ধ এলেকা (No Drone Fly Zone) হিচাপে ঘোষণা কৰা হৈছে ৷ এই সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে এক নিৰ্দেশ জাৰি কৰে৷
You might also like