নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ নিমাতিঘাটত ভয়াৱহ ফেৰী দুৰ্ঘটনা

  • যোৰহাটৰ নিমাতীঘাটত ভয়ংকৰ ফেৰী দুৰ্ঘটনা
  • দুখন ফেৰীৰ মাজৰ সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনা
  • সম্পূৰ্ণৰূপে ভাগি চুৰমাৰ এখন ফেৰী
  • নিমাতীঘাটৰ পৰা কমলাবাৰীলৈ গৈ আছিল ‘মা কমলা’
  • আনহাতে কমলাবাৰীৰ পৰা আহিছিল ‘ত্ৰিপকাই’ নামৰ ফেৰীখন
  • ব্ৰহ্মপুত্ৰত ডুব গ’ল ‘মা কমলা’ নামৰ ফেৰীখন
  • ডুব যোৱা ফেৰীখনত আছিল ১২০ জন যাত্ৰী
  • এতিয়াও সন্ধানহীন হৈ আছে শিশু-মহিলাসহ অধিকাংশ যাত্ৰী
You might also like