নিয়মীয়া বাৰ্তা, ১৬ মেঃ পুনৰ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হৈছে চৰকাৰী কৰ্মচাৰী। দুৰ্নীতি নিবাৰকৰ জালত এইবাৰ শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ববী খান শইকীয়া। ভূমিৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ নামত দীৰ্ঘদিনৰেপৰাা ধন সংগ্ৰহৰ অভিযোগ কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে। উপায়ুক্ত কাৰ্যালয়ৰ অপাৰেটৰ ৰূপে কৰ্মৰত আছিল ববী খান শইকীয়া।
প্ৰেৰক প্ৰাঞ্জল বৰা