বাৰ্তা ডিজিটেল ডেস্ক, ৬ জানুৱাৰীঃ জাপৰিগোগৰ বিতৰ্কিত ৰিহেব চেন্টাৰত পুনৰ যুৱকৰ মৃত্যু৷ বিতৰ্কিত ৰিহেব চেণ্টাৰটোৰ নাম পীচ ৱেলনেছ ফাউণ্ডেচন। ৰিহেব চেণ্টাৰটোত মৃত যুৱকজনৰ আজাৰাৰ। পিছে সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা ৰিহেব চেন্টাৰ কৰ্তৃপক্ষৰ ৷ উল্লেখ্য যে পূৰ্বেও ৰিহেব চেণ্টাৰটোত মৃত্যু হৈছিল যুৱকৰ৷ মন্ত্ৰী পীযুষ হাজৰীকাই উক্ত ৰিহেব চেণ্টাৰটোত অভিযান চলাইছিল। Anti Drugs Prohibition organization-এ আজি অভিযান চলোৱাৰ কথা চেন্টাৰটোত।