বিশেষ বাৰ্তা, ২৫ অক্টোবৰঃ সুৰাৰ ৰাগিত একপ্ৰকাৰ উটি গল মহানগৰীৰ সুৰাপ্ৰেমী। অভিলেখ গঢ়ি দুৰ্গা পূজাৰ অষ্টমী, নৱমী, দশমীত সুৰা বিক্ৰীয়ে গঢ়িলে অভিলেখ। আবকাৰী বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি অষ্টমী, নৱমী, দশমীত মহানগৰ গুৱাহাটীত গুৱাহাটীত সুৰা বিক্ৰী হ’ল ২২.৫ কোটি টকাৰ।
#নিয়মীয়া বাৰ্তা ডিজিটেল ডেস্ক