প্ৰচণ্ড গৰম : মহানগৰৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি
নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জুন :
📌প্ৰচণ্ড গৰম-ৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি।
📌প্ৰাথমিক বিদ্যালয়ৰ সময় পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ।
📌মাধ্যমিক বিদ্যালয়ৰ সময় পুৱা ৭.৩০ বজাৰ পৰা ১২.০০ বজালৈ।
📌উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সময় ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ।