নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী

নিয়মীয়া বাৰ্তা, ২৪ জুলাই : এইবাৰ উৎকোচ লৈ আৰক্ষীৰ জালত পৰিল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী। নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযানত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল নৱজ্যোতি ভূঞা নামৰ কৰ্মচাৰীগৰাকী ৷ এগৰাকী ফিজিঅ’থেৰাপিষ্টৰ পৰা ভূঞাই লৈছিল ২০ হাজাৰ টকা ৷ স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ কনিষ্ঠ বৰ্গৰ সহায়ক নৱজ্যোতি ভূঞা।

প্ৰেৰক মানৱজ্যোতি বৰা

You might also like