নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এচাম লোকে আৰৱীৰ ওচৰত আত্মসমৰ্পণ কৰিছেঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ অসমৰ একাংশ লোকে আৰবীৰ ওচৰত আত্মসমৰ্পণ কৰিছে।এখন ৰাজহুৱা সভাত বদৰুদ্দিন আজমলে আৰৱী ভাষাক স্থান দিয়াক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

তেওঁ কয় যে অসমত আৰৱী ভাষা ব্যৱহাৰ কৰিছে কিন্তু কোনো লোকে ইয়াৰ প্ৰতিবাদ কৰা নাই। এচাম লোকে ভাৱে বড়ো ভাষা প্ৰদান কৰা ভুল,বৰাকত এখন অসমীয়া কিতাপ গ’লে বৰাকৰ লোকে বেয়া পায়। মাজুলীত বঙালী ভাষাক কিতাপ এখন গলে বেয়া পায়। কিন্তু এইখন অসমতে নিলৰ্জভাৱে আৰৱী-উৰ্দু ভাষা প্ৰচলন হৈছে কিন্তু আমি প্ৰতিবাদ কৰিবলৈ সাহস কৰা নাই। আজি আমাৰ মাজত কাজিয়া লগাই জাতিটোক শেষ কৰি দিয়াৰো ষড়য়ন্ত্ৰ কৰা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

You might also like