নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ ভ্রমণত বাধা আছে৷ বিদ্যাত সিমান ভাল দেখা নাযায়৷ ঘৰুৱা ক্ষেত্রত পত্নী আৰু ভনীৰ পৰা সহায় লাভ কৰিব৷ শুভ ৰং বগা, সংখ্যা ২৷
বৃষ ঃ ব্যৱসায়ত নতুন কাম আৰম্ভ কৰা কামটোৰ প্রতি যথেষ্ট গুৰুত্ব দিয়ক৷ চাকৰিয়ালৰ উৎসাহ–উদ্দীপনা বৃদ্ধি পাব৷ শুভ ৰং ৰঙা, সংখ্যা ৯৷
মিথুন ঃ স্বাস্থ্যৰ ক্ষেত্রত সিমান বেয়া দেখা নাযায়৷ দিনটোত অনাৱশ্যক খৰচৰ মাত্রা বৃদ্ধি পাব৷ প্রেমত শুভ৷ বিদ্যাত শুভ ফল পাব৷ শুভ ৰং নীলা, সংখ্যা ৮৷
কর্কট ঃ চাকৰিয়ালৰ ব্যক্তিগতভাৱে দিনটো বেয়া নাযাব৷ মাক–দেউতাকৰ শৰীৰৰ প্রতি যত্ন লোৱাত প্রভাৱ বিস্তাৰ কৰিব৷ সন্তানৰ বিবাহৰ বিষয়ে মতামত ব্যক্ত কৰিব পাৰে৷
সিংহ ঃ চুটি ভ্রমণ আছে৷ ঘৰুৱাত মধ্যম ক’ব পাৰি৷ প্রেমত শুভ৷ বিদ্যার্থীয়ে যত্ন কৰক৷ গুৰুস্থানীয় ব্যক্তিৰ শাৰীৰিক ভাল দেখা নাযায়৷ শুভ ৰং নীলা, সংখ্যা ২৷
কন্যা ঃ কন্যা সন্তানৰ বিবাহৰ যোগ৷ আর্থিকত ভাল দেখা যায়৷ কর্মত কিছু অসুবিধা পাব৷ বিদ্যাত সাফল্য লাভ কৰিব৷ ভ্রমণ নকৰাই ভাল৷
তুলা ঃ ব্যৱসায় ভাল চলিব আৰু নতুন যোগাযোগে উপকৃত কৰিব৷ দাম্পত্যত পূর্বৰ তুলনাত ভাল দেখা যায়৷ বন্ধুৰ পৰা সাহায্য লাভ কৰিব৷
বৃশ্চিক ঃ সন্তানৰ শৰীৰ সম্পর্কে সচেতন থাকক৷ পাৰিবাৰিক শান্তি অব্যাহত থাকিব৷ ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব পাৰে৷
ধনু ঃ সামাজিক ব্যস্ততাত বৃদ্ধি হ’ব৷ বিদ্যার্থীসকলৰ সিমান ভাল দেখা নাযায়৷ প্রেমত শুভ৷ শুভ ৰং সেউজীয়া, সংখ্যা ২৷
মকৰ ঃ গৱেষণা কর্মত অগ্রগতি৷ দিনটোত বন্ধুবর্গৰ পৰা অকৃত্রিম সময় লাভ৷ মাংগলিক কর্মত খৰচ হ’ব৷ শুভ ৰং বগা, সংখ্যা ৭৷
কুম্ভ ঃ সন্তানৰ শৰীৰ সম্পর্কে সচেতন থাকক৷ পাৰিবাৰিক শান্তি অব্যাহত থাকিব৷ ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব৷
মীন ঃ পাৰিবাৰিক শান্তি অব্যাহত থাকিব৷ ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব পাৰে৷ সন্তানৰ সাফল্যৰ মানসিক আনন্দ বৃদ্ধি কৰিব৷ শুভ ৰং হালধীয়া, সংখ্যা ২৷

You might also like