নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকলি হ’ল ডিব্ৰুগড়-তিনিচুকীয়া সংযোগী বাইপাছ

নিয়মীয়া বার্তা, ১৮ নৱেম্বৰঃ আজি মুকলি হ’ল ডিব্ৰুগড়-তিনিচুকীয়া সংযোগী বাইপাছ। এই বাইপাছটো মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

৯৭ কোটি টকা ব্যয়েৰে লেপেটকটাৰ পৰা মোহনবাৰীলৈ নিৰ্মাণ কৰা হৈছে ১৫ কিলোমিটাৰজোৰা এই বাইপাছটো।

আপুনি পঢ়ি ভাল পাব পাৰেঃ মার্কিন ৰাষ্ট্রপতি হিচাপে কি কি সুবিধা পাব জ’ বাইডেনে, জানেনে?

ইফালে এই বাইপাছ মুকলি হোৱাৰ লগেলগে ডিব্ৰুগড় চহৰৰ যানজঁটৰ সমস্যা হ্ৰাস পাব।
আনহাতে এতিয়াৰে পৰা তিনিচুকীয়ালৈ যোৱা বাহনসমূহে ডিব্ৰুগড় চহৰত প্ৰৱেশ নকৰাকৈ এই বাইপাছেৰে যাব পাৰিব।

You might also like