অসম কঠোৰ নিৰ্দেশ চৰকাৰৰঃ বিদ্যালয়ত শিক্ষকৰ বাবে নিষিদ্ধ জীনছ, টি-ছাৰ্ট, লেগিংছ By নিয়মীয়া বাৰ্তা On May 20, 2023 Share শিক্ষানুষ্ঠানত শিক্ষকৰ বাবে DRESS CODE মহিলা শিক্ষকৰ বাবে নিষিদ্ধ জীনছ, টি-ছাৰ্ট, লেগিংছ, জকমকীয়া পোছাক আৰু পাৰ্টী ড্ৰেছ পুৰুষ শিক্ষকৰ বাবে নিষিদ্ধ জীনছ, টি-ছাৰ্ট, CASUALS, জকমকীয়া পোছাক আৰু পাৰ্টী ড্ৰেছ শালীনতা ৰক্ষা কৰি শিক্ষকে পিন্ধিব লাগিব পৰিচ্ছন্ন পোছাক শিক্ষকে DRESS CODE নামানিলে লোৱা হ’ব বিহিত ব্যৱস্থা Featured Share