জোনমণি ৰাভাৰ জামিনৰ আবেদন নাকচ আদালতৰঃ কাইলৈ আদালতত হাজিৰ কৰোৱা হব জোনমণিক
নিয়মীয়া বাৰ্তা, ১৫ জুনঃ
?নিলম্বিত এছ আই জোনমণি ৰাভাৰ হৈ জামিনৰ বাবে দাখিল কৰা প্ৰথমখন আবেদন আদালতৰ দ্বাৰা নাকচ ।
? জামিন আবেদন নাকচ কৰিছে মাজুলী এছ ডি জে এম আদলতে ।
? চৈধ্য দিনৰ ন্যায়িক জিম্মাত থকা জোনমণি ৰাভাক কাইলৈ আদালতত হাজিৰ কৰোৱা হৱ।
?মাজুলীৰ আদালতত নাকচ হোৱাৰ পাছতে জোনমণি ৰাভাৰ অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন কৰিব।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড