নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ কোকৰাঝাৰৰ ৰামফলবিলৰ বাসিন্দা তথা কেএলঅ’-কেএন (KLO-KN) সদস্য কনক অধিকাৰীক ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙে এক বাৰ্তাযোগে এই কথা সদৰী কৰিছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী