নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনত ২ কোটি টকাৰ সুৰা বিক্ৰী ধুবুৰীত

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী : সুৰাময় ধুবুৰী জিলা! নববৰ্ষৰ প্ৰাকক্ষণত অৰ্থাৎ ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীৰ দিনটোত ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনত বিক্ৰী হৈছে প্ৰায় ২ কোটি টকাৰ সুৰা। ধুবুৰীৰ আৱকাৰী বিভাগৰ সূত্ৰে এয়া জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ২০২৩ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ডিচেম্বৰ মাহলৈ ধুবুৰী জিলাত ৯০ কোটি টকাৰো অধিক মূল্যৰ সুৰা বিক্ৰী হৈছে।

You might also like