নিয়মীয়া বাৰ্তা, ১৫ আগষ্টঃ বাঘজানৰ বিধ্বংসী অগ্নিকাণ্ডত নিহত অইলৰ দুই কৰ্মচাৰীলৈ মৰণোত্তৰভাৱে ৰাষ্ট্ৰপতি অগ্নিসেৱা পুৰস্কাৰ। নিজ কৰ্তব্যত নিয়োজিত হৈ থাকোতেই প্ৰাণ হেৰুবাইছিল কৰ্মচাৰীদ্বয়ে।
লনিহত তীখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈৰ পৰিয়াললৈ মৰোনত্তৰভাৱে প্ৰদান কৰা হ’ব এই পুৰস্কাৰ। এই কথা ঘোষণা কৰিলে অইলৰ মুখ্য আৱাসিক বিষয়া দিলীপ কুমাৰ দাসে। ৯ জুনত সংঘটিত হৈছিল এই দুৰ্ঘটনা।