ক’ভিডত আক্রান্ত ৰিপুণ বৰা
নিয়মীয়া বাৰ্তা, ২৯ মেঃ ক’ভিড আক্রান্ত হৈছে ৰাজ্যসভাৰ সাংসদ তথা প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা৷
শুকুৰবাৰে নিশা টুইটযোগে ক’ভিড সংক্রমিত হোৱাৰ তথ্য সদৰী কৰি প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে তেওঁৰ সংস্পর্শলৈ অহা সকলো লোককে ক’ভিড পৰীক্ষা কৰিবলৈ আহ্বান জনায়৷ তেওঁক নিশা জি এম চি এইচত ভর্তি কৰোৱা হৈছে৷
I have been tested positive for #covid , all those in close proximity to me in the last one week are requested to kindly get themselves tested.
— Ripun Bora (@ripunbora) May 28, 2021