নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক পদৰ পৰা পদত্যাগ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ কংগ্ৰেছত মোক্ষম আঘাত। বিধায়ক পদৰ পৰা পদত্যাগ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে । বিধানসভাৰ অধ্যক্ষক দাখিল কৰিলে পদত্যাগ পত্ৰ।

সৌসিদিনালৈ প্রদেশ কংগ্রেছৰ সভাপতি পদৰ বাবে নিজকে যোগ্য বুলি দাবী কৰি অহা কুর্মীয়ে এইবাৰ দলটোকে বিদায় জনাবলৈ সাজু হৈছে৷ আৰু আজি পদত্যাগ পত্ৰ দাখিল কৰিয়ে ৰিপুন বৰাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা দেখিবলৈ পোৱা যায় বিধায়কগৰাকীক। তদুপৰি এআইইউডিএফৰে কংগ্রেছৰ মিত্রতা সন্দৰ্ভতো প্রদেশ কংগ্রেছৰ নেতৃত্বক ক্ষুৰধাৰ সমালোচনা কৰে ৰূপজ্যোতি কুৰ্মীয়ে ।

You might also like