নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২২ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা

বিশেষ বাৰ্তা, ২২ ডিচেম্বৰঃ

🟢অসমীয়া শাখাত ভুলসত্য চুটিগল্প সংকলনৰ বাবে মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমি বঁটা।

🟢বড়ো শাখাত চানশ্ৰিনী মদিৰা কবিতা পুথিৰ বাবে ৰশ্মি চৌধুৰীলৈ সাহিত্য অকাডেমি বঁটা।

🟢নেপালী ভাষাৰ শাখাত সাইনো নাট্য সাহিত্য কে বি নেপালীলৈ সাহিত্য অকাডেমি বঁটা ।

সাহিত্য অকাডেমি অনুবাদ বঁটা

🔴অনুবাদ বঁটা অসমীয়া ভাষাত ড° জুৰি দত্ত (মূলঃ কচাৰেথি : আৰায়া নাৰী,
লেখকঃ নাৰায়ণ)।

🔴অনুবাদ বঁটা বড়ো ভাষাত ৰাজা দেৱজিৎ বসুমতাৰী (মূলঃ কাবুলিৱালাৰ বেংগলী বৌ,
লেখকঃ সুস্মিতা বন্দোপাধ্যায়)।

🔴অনুবাদ বঁটা নেপালী ভাষাত পূৰ্ণ কুমাৰ শৰ্মা (মূলঃ শান্তনুকুলনন্দন, লেখকঃ পূৰবী বৰমুদৈ)।

You might also like