নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিএইচত ভৰ্তি কণ্ঠশিল্পী অৰুণ দাস

বিশেষ বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ

👉গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি ৯০ৰ দশকৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰুণ দাসক।

👉অৰুণ দাসৰ স্বাস্থ্য বুজ ললে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই।

👉জিএমচিএইচৰ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা কৰিব অৰুণ দাসক।

👉চিকিৎসাৰ সকলো খৰচ বহন কৰিব ৰাজ্য চৰকাৰে।

👉মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিৰ পৰাও সহায় আগবঢ়ালে অৰুণ দাসৰ চিকিৎসাৰ বাবে ৷

You might also like