নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ ডিচেম্বৰঃ ৰাজ্যত জেহাদীৰ বিৰুদ্ধে স্পেচিয়েল টাস্ক ফৰ্চ (STF)ৰ তীব্ৰ অভিযান অব্যাহত আছে। সেই অনুসৰি কোকৰাঝাৰ আৰু ধুবুৰীৰ বিভিন্ন স্থানত চলি আছে অভিযান। এই অভিযানত জেহাদৰে জড়িতৰ অভিযোগত ৫জন লোকক গ্ৰেপ্তাৰ কৰে এছটিএফে। এওঁলোক জইচ-ঈ-মহম্মদৰ সৈতে জড়িতৰ অভিযোগ উত্থাপন হৈছে। গ্ৰেপ্তাৰ হোৱা জেহাদী কেইটা ক্ৰমে কোকৰাঝাৰৰ নুৰ ইছলাম, মজিবুৰ ৰহমান, হামিদুল ইছলাম, আব্দুল কৰিম আৰু আনজন হৈছে ধুবুৰীৰ ইনামুল হক।
You might also like