মেষঃ সাৱধানেৰে কাম আগবাঢ়ক৷ সন্তানৰ ভালেই৷ পঢ়া–শুনাত দৃঢ়তাৰ দৰকাৰ হ’ব৷ দাম্পত্যত বুজাবুজি ৰাখক৷
বৃষঃ আর্থিকত কষ্ট অনুভৱ কৰিব৷ কর্মক্ষেত্রত যোগ্যতা দেখা যাব৷ লিখা–পঢ়াত অগ্রগতি৷ বন্ধু–বান্ধৱৰ আদৰ৷ শৰীৰ মধ্যম৷
মিথুনঃ প্রায় অনুকূল প্রভাৱ৷ শৰীৰো প্রায় ভালেৰেই পাৰ হ’ব৷ সন্তানৰ পৰা সু–সংবাদ লাভ৷ দাম্পত্যত সহায় পাব৷
কর্কটঃ আর্থিকত তেনে বাধা দেখা নাযায়৷ ঘৰুৱা দিশতো খুব বেয়া নহ’ব৷ নিবনুৱাৰ কর্ম প্রাপ্তি৷ ভ্রমণৰ সুযোগ৷
সিংহঃ কর্মক্ষেত্রত সৰু সুৰা বাধা আহিব৷ বিদ্যাত যত্ন লোৱাৰ দৰকাৰ হ’ব৷ দৈহিক দিশত শুভ৷ প্রেমত মধ্যম৷ ঘৰুৱা চিন্তা৷
কন্যাঃ শাৰীৰিক দিশত শুভ৷ পুৰণা মামলা–মোকর্দমাৰ নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷
তুলাঃ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য লাভ৷ বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়৷ কর্মক্ষেত্রত দুপৰীয়াৰ পৰা সাৱধান৷
বৃশ্চিকঃ শৰীৰ মধ্যম৷ কর্মত সৰু সুৰা বাধা থাকিব৷ ব্যৱসায়ত আনৰ সহায় লাভ৷ দাম্পত্যত চিন্তা৷
ধনুঃ মধ্যম ফল৷ বিদ্যাত জটিল চিন্তা এৰাব পাৰিব৷ সন্তানৰ বাবে চিন্তা থাকিব৷ দাম্পত্যতো তদ্রূপ৷
মকৰঃ দিনৰ দহ বজাৰ পৰা ভাল সংযোগ দেখা যায়৷ মনোজ্ঞ কথাত আনৰ সহায় পোৱাত কষ্ট পাব৷
কুম্ভঃ গতানুগতিক কামত বেছি বাধা নাই৷ দাম্পত্যত ভালেই৷ কর্মক্ষেত্রত বাধা আঁতৰিব৷ শুভ সংবাদ লাভ৷
মীনঃ আনন্দপ্রাপ্তিৰ যোগ৷ বিদ্যাত শুভ৷ ব্যৱসায়ীসকলৰ উৎসাহ বৃদ্ধি৷ শৰীৰ খুব উন্নত নহ’ব৷