নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি কুশল কোঁৱৰৰ ৭৮ সংখ্যক বলিদান দিৱসঃ নেহেৰু পাৰ্কত চৰকাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

নিয়মীয়া বাৰ্তা ১৫ জুনঃ স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰৰ আজি ৭৮ সংখ্যক বলিদান দিৱস। সেই উদ্দেশ্যৰে ৰাজ্য চৰকাৰে নেহেৰু পাৰ্কস্থিত শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিস্থলিত আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

উদ্যোগ বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে স্বাধীনতা সংগ্ৰামৰ শ্বহীদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

You might also like