আজি ৫ আগষ্ট, শাওণ মাহৰ ১৯ তাৰিখ
শনিবাৰ : তিথি–কৃষ্ণা চতুর্থী, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : শুভ
মেষঃ মাটি–বাৰী ধন লাভৰ যোগ৷ সুবন্ধু লগ পাব৷ শাৰীৰিক বিষ–বেদনা বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷
বৃষঃ ঘৰ–দুৱাৰ উন্নতিৰ চিন্তা, দাম্পত্যত বিশৃংখলা, ৰহস্যমূলক কামত মনোযোগ বৃদ্ধি৷ ভ্রমণত মধ্যম৷ মেৰুণ শুভ ৰং, শুভ সংখ্যা ৯৷
মিথুনঃ কর্মস্থানত উন্নতি, শত্রু বৃদ্ধি হ’ব৷ শৰীৰৰ উন্নতি হ’ব৷ ব্যয় বৃদ্ধি৷ আপোনাৰ কথাই আনক কষ্ট দিব পাৰে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷
কর্কটঃ সামাজিক স্থিতিৰ উন্নতি৷ বন্ধুৰ পৰা হানি হ’ব পাৰে৷ নিজক ব্যস্ত কৰি ৰাখক৷ নীলা ৰং শুভ, শুভ সংখ্যা ৪৷
সিংহঃ বন্ধুৰ সংখ্যা বৃদ্ধি পাব৷ ব্যৱসায়ত মন স্থিৰ কৰি ৰাখক, সোঁচৰা ব্যাধিয়ে আমনি কৰিব৷ কর্মত উন্নতি, সোণালী শুভ ৰং, শুভ সংখ্যা ৩৷
কন্যাঃ ৰাজনীতিৰ লগত জড়িত ব্যক্তিয়ে বলিষ্ঠ পদক্ষেপ পাব৷ মিলিজুলি কাম কৰিলে অধিক লাভৱান হ’ব৷ ভ্রমণত মধ্যম৷ নীলা ৰং শুভ, শুভ সংখ্যা ৭৷
তুলাঃ ছিঙা বা ফটা বস্ত্র পৰিধান নকৰিব, মানসিক শক্তি উন্নত স্থান পাব৷ গণেশক পূজা কৰক৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
বৃশ্চিকঃ কর্মত উন্নতিৰ যোগ৷ দূৰণি সংবাদে আনন্দিত কৰিব৷ কিছুমান ক্ষেত্রত নীৰৱতা অৱলম্বন কৰিব৷ বগা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৬৷
ধনুঃ সততাত আনে আঘাত কৰিব পাৰে, কর্মস্থান নতুন উদ্যমেৰে কাম কৰিবলৈ উৎসাহ পাব, শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৯৷
মকৰঃ নতুন কর্মত তৎপৰতা বাঢ়িব৷ গোপনীয় কার্যত তথ্য সংগ্রহত কৃতকার্য হ’ব৷ শত্রুৰ ষড়যন্ত্রৰ ব্যর্থ হ’ব৷ গুলপীয়া শুভ ৰং, সংখ্যা ৫৷
কুম্ভঃ নতুন কর্ম সংস্থাপনৰ যোগ, মূৰৰ বিষত কষ্ট পাব পাৰে, বিশ্বাসযোগ্যতা বৃদ্ধি পাব, শুভ ৰং বাদামী, শুভ সংখ্যা ৩৷
মীনঃ ৰাজনৈতিক ক্ষেত্রত অলপ জটিল সমস্যাৰ সন্মুখীন হ’ব৷ কর্মস্থানত ব্যস্ততা বাঢ়িব৷ পুৰণি কথাই মনত কষ্ট দিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷