নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৩ আগষ্ট, শাওণ মাহৰ ২৭ তাৰিখ
শুকুৰবাৰ : তিথি–কৃষ্ণা দ্বাদশী, নক্ষত্র : আদ্রা, যাত্রা : নাই

মেষ : কর্ম আৰু ইচ্ছা শক্তি বৃদ্ধি পাব৷ নিবনুৱাৰ কর্ম সংস্থাপনৰ আশা৷ ভ্রমণত শুভ৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৪৷
বৃষ : কর্মক্ষেত্রত মধ্যম৷ ব্যৱসায়ীসকলৰ নতুন সুযোগৰ আশা৷ বিদ্যাত মধ্যম৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৬৷
মিথুন : শৰীৰৰ যত্ন লওক৷ কর্মস্থানত কিছু জটিলতা থাকিব৷ পাৰিবাৰিক কষ্ট৷ যান–বাহনৰ পৰা সাৱধান৷ নতুন কর্ম সংস্থাপনৰ যোগ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২৷
কর্কট : কর্মক্ষেত্রত উৎসাহ বৃদ্ধি৷ আত্মীয়ৰ পৰা সু–সংবাদ পাব পাৰে৷ প্রভাৱশালী ব্যক্তিৰ পৰা উপকৃত হ’ব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৭৷
সিংহ : আর্থিকত শুভ৷ কর্মত বাধা৷ উৎসাহপূর্ণ আনন্দ৷ মুকলি পৰিৱেশত সময় কটাওক৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷
কন্যা : বিদ্যাত শুভ৷ শাৰীৰিক মধ্যম৷ ভ্রমণত শুভ৷ আয় বৃদ্ধি৷ বন্ধুবর্গৰ পৰা সহায় পাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷
তুলা : ৰাজহুৱা কামত ব্যস্ততা বৃদ্ধি৷ যোগ্য ব্যক্তিৰ মান–সন্মান বৃদ্ধি৷ আয় বৃদ্ধি৷ কর্মত মধ্যম৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৭৷
বৃশ্চিক : কর্মস্থানত পদোন্নতি৷ ব্যৱসায়–বাণিজ্যত শুভ৷ আর্থিক ব্যয়৷ বিদ্যাত মধ্যম৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷
ধনু : ব্যৱসায়ীৰ উন্নতি৷ আত্মীয়ৰ বাবে দুর্ভাৱনা থাকিব পাৰে৷ গুৰুক স্মৰণ কৰক৷ তুলসীৰ তলত পূজা কৰিব৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ২৷
মকৰ : শৰীৰৰ প্রতি যত্ন লওক৷ কর্মব্যস্ততা বৃদ্ধি৷ শুভ কাম কৰিব পাৰিব৷ পাৰিবাৰিক কিছু সমস্যা থাকিব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৮৷
কুম্ভ : কর্মস্থানত পদোন্নতি৷ হঠাৎ আয় বৃদ্ধি৷ ভ্রমণত সাৱধান৷ কোনো আকস্মিক চিন্তাই আমনি কৰিব পাৰে৷ বিষ্ণু পূজা কৰক, শুভ হ’ব৷ শুভ ৰং চকলেট৷ শুভ সংখ্যা ৩৷
মীন : কর্মত নতুন প্রেৰণা পাব৷ প্রেমত শুভ৷ ধনপ্রাপ্তিৰ যোগ৷ ঘৰুৱা নতুন কাম হাতত ল’ব পাৰিব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৫৷

You might also like