আজি ২ ছেপ্টেম্বৰ, ভাদ মাহৰ ১৫ তাৰিখ
শনিবাৰঃ তিথি–কৃষ্ণা তৃতীয়া, নক্ষত্রঃ উত্তৰ ভাদ্রপদ, যাত্রাঃ মাধ্যম
মেষঃ শুভ কাম সম্পন্ন হ’ব, পিছবেলা ভ্রমণ কৰিব৷ ৰঙা বস্তু দান কৰক৷ ব্যয় বৃদ্ধি, শৰীৰ মধ্যম৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৯৷
বৃষঃ কর্মচিন্তা উন্নত৷ মূল্যৱান সম্পদ লাভ৷ বিদ্যাত শুভ৷ ভ্রমণৰ যোগ৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৩৷
মিথুনঃ বিদ্যাত শুভ৷ বন্ধুৰ পৰা উৎসাহ পাব৷ অর্থ নাশ৷ সামাজিক কামত ব্যস্ততা বৃদ্ধি৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৮৷
কর্কটঃ পৰিশ্রমৰ উপযুক্ত মর্যাদা পাব৷ বন্ধুবর্গৰ পৰা সাৱধান হওক৷ শৰীৰৰ কিছু যত্ন লওক৷ নতুন কর্ম সংস্থাপন৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷
সিংহঃ ভ্রমণত বাধা৷ আশাবাদী মন৷ কর্মত উন্নতি৷ ভ্রমণত সতর্ক হওক৷ আর্থিক শুভ৷ শুভ সংখ্যা ৭৷ শুভ ৰং পাতল নীলা৷
কন্যাঃ কর্মত উন্নত৷ বিদ্যা–বুদ্ধিত শুভ৷ পূব দিশৰ পৰা ভ্রমণ কৰক৷ খৰচ বৃদ্ধি৷ শুভ সংবাদে আনন্দিত কৰিব৷ শুভ সংখ্যা ৪৷ শুভ ৰং বগা৷
তুলাঃ কর্মযোগ্যতা বৃদ্ধি৷ বিদ্যা–বুদ্ধিত উন্নতি৷ সন্মান বৃদ্ধি৷ গোপন শত্রু বৃদ্ধি৷ খৰচ বৃদ্ধি৷ শুভ সংখ্যা ৯৷ শুভ ৰং মেৰুণ৷
বৃশ্চিকঃ মানসিক শান্তি বজাই ৰাখক৷ সন্মান বৃদ্ধি৷ ভ্রমণত মধ্যম৷ নতুন কর্মসংস্থাপনৰ যোগ৷ শিৱমন্ত্র স্মৰণ কৰক৷ শুভ সংখ্যা ১৷ শুভ ৰং পাতল গুলপীয়া৷
ধনুঃ পাৰিবাৰিক শান্তি৷ অর্থ লাভ৷ ভ্রমণত মধ্যম৷ দুষ্ট লোকৰ পৰা সাৱধানে চলক৷ তুলসীৰ গুৰিত পানী দিয়ক৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৪৷
মকৰঃ সামাজিক দিশত নিষ্ঠা আৰু সততা বৃদ্ধি৷ ধৈর্যৰ প্রয়োজন৷ শিল্পী সাহিত্যিকৰ সন্মান বৃদ্ধি৷ কর্মত মধ্যম৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৫৷
কুম্ভঃ কর্মত উন্নতি৷ সন্তানক লৈ চিন্তা বৃদ্ধি৷ আয় বৃদ্ধি৷ পৰিৱেশ অনুকূল৷ ভ্রমণত শুভ৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৪৷
মীনঃ আয়–ব্যয় সমতা ৰক্ষা কৰক৷ সন্মান বৃদ্ধি৷ যান–বাহন ক্রয় কৰিব পাৰিব৷ কর্মোন্নতিৰ যোগ৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৫৷