নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২১ ছেপ্টেম্বৰ, আহিন মাহৰ ৩ তাৰিখ
বৃহস্পতিবাৰ : তিথি–শুক্লা ষষ্ঠী, নক্ষত্র : অনুৰাধা, যাত্রা : নাই

মেষ : সমাজৰ কর্মত সুনাম বৃদ্ধি৷ পাৰিবাৰিক দায়বদ্ধতাও বৃদ্ধি পাব৷ উচ্চ বিদ্যাত যত্ন কৰক৷ প্রেমত শুভ৷
বৃষ : ঘৰুৱা ভাল দেখা যায়৷ কর্ম লাভৰ যোগ৷ মাতৃৰ স্বাস্থ্য ভালে নাযাব৷ ধন বিনিয়োগ নকৰাই ভাল৷
মিথুন : চুটি ভ্রমণ আছে৷ প্রেমত ভাল দেখা যায়৷ দিনটোত মনৰ কোনো আশা পূৰণ হ’ব পাৰে৷
কর্কট : গৱেষণা কর্মত সাফল্য লাভ৷ পিতা–মাতাৰ স্বাস্থ্যৰ প্রতি নজৰ ৰাখক৷ ভ্রমণ সফল হ’ব পাৰে৷
সিংহ : ধনত মধ্যম৷ যৌথ ব্যৱসায়ত সতর্ক দৃষ্টি ৰাখক৷ আর্থিক দিশতো সতর্ক থাকক৷ প্রেমত শুভ৷
কন্যা : প্রেম-দাম্পত্য ভাল বুলি ক’ব পৰা যায়৷ পিতা–মাতাৰ তীর্থ ভ্রমণৰ যোগ৷ ভ্রমণত কষ্ট৷
তুলা : দূৰ ভ্রমণ বাতিল হ’ব পাৰে৷ স্বাস্থ্যৰ প্রতি যত্ন লওক৷ কোনো লোকে প্রতাৰণা কৰিব পাৰে৷ ভ্রমণ নাই৷
বৃশ্চিক : লৌহ ব্যৱসায়ত ধন বিনিয়োগ কৰিব পাৰে৷ ভ্রমণৰ যোগ নাই৷ প্রেমত কষ্ট৷
ধনু : পাৰিবাৰিক অশান্তি বৃদ্ধি পাব৷ সতর্ক থাকক৷ কর্মত শনিৰ দৃষ্টি থকা কাৰণে মধ্যম ফল৷ সন্তানৰ শুভ৷
মকৰ : নিবনুৱাৰ ভাল বুলি ক’ব পৰা যায়৷ ঘৰত আলহীৰ সমাগম৷ প্রেমত গতানুগতিক৷ চুটি ভ্রমণ হ’ব পাৰে৷
কুম্ভ : আপোনাৰ দুর্বলতাৰ কাৰণে অইন লোকে অন্যায়ৰ সুযোগ ল’ব পাৰে৷ দিয়া ধন আদায় হ’ব পাৰে৷ বিবাহৰ যোগ৷
মীন : ধনাগম বৃদ্ধি পাব৷ যান–বাহন ক্রয় কৰিব পাৰে৷ দাম্পত্যত সুখ৷ কর্মত শনিৰ দৃষ্টি থকা কাৰণে মধ্যম ফল৷ প্রেমত শুভ৷

You might also like