নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২২ জুন, আহাৰ মাহৰ ৭ তাৰিখ
শনিবাৰ : তিথি– পূর্ণিমা, নক্ষত্র : মূলা, যাত্রা : নাই

মেষ : শুভ ৰং বেঙুনীয়া, সংখ্যা ৩৷ হাতলৈ টকা–পইচা আহিব৷ পুৰণা কেছ–মোকর্দমাত জয়ী হ’ব৷ আনৰ সহায়ে উৎসাহিত কৰিব৷

বৃষ : শুভ ৰং বগা, সংখ্যা ৭৷ বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে৷ পুৰণা ৰোগত ভোগাসকলে কষ্ট পাব পাৰে৷ সন্তানে কৰা ভাল কামৰ বাবে আনন্দ পাব৷

মিথুন : শুভ ৰং হালধীয়া, সংখ্যা ৪৷ আজি আপোনাৰ বাবে আনন্দপূর্ণ দিন৷ ঘৰলৈ মূল্যৱান সম্পত্তি আহিব পাৰে৷ সন্তানে কৰা ভাল কামৰ বাবে সন্মান লাভ কৰিব৷

কর্কট : শুভ ৰং গেৰুৱা, সংখ্যা ৯৷ অনাৱশ্যক খঙৰ বাবে আর্থিক ক্ষতি হোৱাৰ ভয়৷ সহায় কৰি প্রতিদান নল’ব৷ কর্মত বাধা দেখা যায়৷

সিংহ : শুভ ৰং বগা, সংখ্যা ৫৷ পৰিয়ালৰ ব্যক্তিৰ লগত মনোমালিন্য হোৱাৰ ভয়৷ চাকৰিৰ স্থান পৰিৱর্তন হ’ব পাৰে৷ ব্যৱসায়ত মধ্যম ফল পাব৷

কন্যা : শুভ ৰং হালধীয়া, সংখ্যা ৬৷ চাকৰিয়ালৰ পদোন্নতি হোৱাৰ আশা আছে৷ নতুন ব্যৱসায়ৰ সন্ধান পাব পাৰে৷ সন্তানৰ অপকর্মৰ বাবে সন্মান হানি হোৱাৰ ভয়৷

তুলা : শুভ ৰং নীলা, সংখ্যা ৩৷ আজি আপোনাৰ হাতেৰে শুভ কামৰ আৰম্ভ হ’ব পাৰে৷ শৰীৰ অসুস্থ হোৱাৰ ভয়৷ সন্তানৰ ভাল কামে আনন্দ দিব৷

বৃশ্চিক : শুভ ৰং আকাশী নীলা, সংখ্যা ৮৷ প্রাকৃতিক দুর্যোগত ক্ষতি হোৱাৰ আশংকা আছে৷ হাতৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে৷ সম্বন্ধীয় ব্যক্তিৰ দুখৰ খবৰ শুনিব পাৰে৷

ধনু : শুভ ৰং গুলপীয়া, সংখ্যা ৫৷ ঘৰলৈ মূল্যৱান সম্পত্তি আহিব৷ যিকোনো কামৰ সুফল লাভ কৰিব৷ পুৱা গা ধুই তুলসী গছত পানী ঢালিব৷

মকৰ : শুভ ৰং গেৰুৱা, সংখ্যা ৫৷ ঘৰলৈ মূল্যৱান সম্পত্তি আহিব৷ যিকোনো কামৰ সুফল লাভ কৰিব৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ সন্তানৰ ভাল কামে মনত আনন্দ দিব৷

কুম্ভ : শুভ ৰং বেঙুনীয়া, সংখ্যা ২৷ আর্থিক সমস্যাৰ বাবে ক্ষতি হোৱাৰ ভয়৷ ব্যৱসায়ীসকলে টকা–পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব৷ বন্ধুৰ লগত মনোমালিন্যৰ ভয়৷

মীন : শুভ ৰং বগা, সংখ্যা ৮৷ বিদ্যার্থীসকলৰ বাবে শুভ দিন৷ নিজ ভুলৰ বাবে টকা–পইচা হানি হ’ব পাৰে৷ চাকৰিপ্রত্যাশীসকলৰ ভাল খবৰ আহিব পাৰে৷

You might also like