নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৯ ছেপ্টেম্বৰ, বৃহস্পতিবাৰ, আহিন মাহৰ ২ তাৰিখ

মেষ : মাটি–বাৰী, ধন লাভৰ যোগ৷ নতুন বন্ধুক লগ পাব৷ শাৰীৰিক বিষ-বেদনা বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷

বৃষ : ঘৰ-দুৱাৰৰ উন্নতিৰ চিন্তা। দাম্পত্যত বিশৃংখলা। ৰহস্যমূলক কামত মনোযোগ বৃদ্ধি৷ ভ্রমণত মধ্যম৷ মেৰুণ শুভ ৰং, শুভ সংখ্যা ৯৷

মিথুন : কর্মস্থানত উন্নতি। শত্রু বৃদ্ধি হ’ব৷ শৰীৰৰ উন্নতি হ’ব৷ ব্যয় বৃদ্ধি৷ আপোনাৰ কথাই আনক কষ্ট দিব পাৰে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷

কর্কট : সামাজিক স্থিতি উন্নতি। লগ-বন্ধুৰ পৰা হানি হ’ব পাৰে। নিজক ব্যস্ত কৰি ৰাখক৷ নীলা ৰং শুভ, শুভ সংখ্যা ৪৷

সিংহ : বন্ধুৰ সংখ্যা বৃদ্ধি পাব৷ ব্যৱসায়ত মন স্থিৰ কৰি ৰাখক। কোনো ব্যক্তিয়ে আমনি কৰিব৷ কর্মত উন্নতি। সোণালী শুভ ৰং, শুভ সংখ্যা ৩৷

কন্যা : ৰাজনীতিৰ লগত জড়িত ব্যক্তিয়ে বলিষ্ঠ পদক্ষেপ পাব৷ মিলিজুলি কাম কৰিলে অধিক লাভৱান হ’ব৷ ভ্রমণত মধ্যম৷ নীলা ৰং শুভ, শুভ সংখ্যা ৭৷

তুলা : ছিঙা বা ফটা বস্ত্র পৰিধান নকৰিব। মানসিক শক্তি উন্নত স্থান পাব৷ গণেশক পূজা কৰক৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷

বৃশ্চিক : কর্মত উন্নতিৰ যোগ৷ দূৰণি সংবাদে আনন্দ দিব৷ কিছুমান ক্ষেত্রত নীৰৱতা অৱলম্বন কৰিব৷ বগা ৰং ব্যৱহাৰ কৰিব৷ শুভ সংখ্যা ৬৷

ধনু : সততাত আনে আঘাত কৰিব পাৰে। কর্মস্থানত নতুন উদ্যমেৰে কাম কৰিবলৈ উৎসাহ পাব। শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৯৷

মকৰ : নতুন কামত তৎপৰতা বাঢ়িব৷ গোপনীয় কার্যত তথ্য সংগ্রহত কৃতকার্য হ’ব৷ শত্রুৰ ষড়যন্ত্রত ব্যর্থ হ’ব৷ গোলপীয়া শুভ ৰং, সংখ্যা ৫৷

কুম্ভ : নতুন কর্ম সংস্থাপনৰ যোগ৷ কর্মত উন্নতিৰ যোগ৷ মূৰৰ বিষত কষ্ট পাব পাৰে। বিশ্বাসযোগ্যতা বৃদ্ধি পাব। শুভ ৰং বাদামী, শুভ সংখ্যা ৩৷

মীন : ৰাজনৈতিক ক্ষেত্রত অলপ জটিল সমস্যাৰ সন্মুখীন হ’ব৷ কর্মস্থানত ব্যস্ততা বাঢ়িব৷ পুৰণি কথাই মনত কষ্ট দিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷

You might also like