নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৫ অক্টোবৰ, আহিন মাহৰ ২৮ তাৰিখ
মঙলবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : শুভ

মেষ : যোগ্যজনে বিশেষ আশা কৰাটো দৰকাৰ হ’ব৷ কর্তব্যত নিজৰ দক্ষতা থাকিব৷ বিদ্যাত অনুকূল পৰিৱেশ৷ ভ্রমণত কষ্ট৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

বৃষ : আকস্মিক কোনো সুযোগ বা সহায়–সহযোগিতাৰ সম্ভাৱনা৷ বাকী পূজ্যজনৰ অৱশ্যে ভালেই দেখা যায়৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷

মিথুন : পঢ়া–শুনাত মন বঢ়াওক৷ জ্ঞাতি–কুটুম্বৰ লগত সদ্ভাব মজলীয়া৷ বন্ধুবর্গৰ সংগ বা আগমন৷ ব্যৱসায়ত চিন্তা কম৷ শৰীৰ মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪৷

কর্কট : আর্থিকত খা–খৰচ বৃদ্ধি৷ বিভিন্ন পৰিৱেশৰ মাজেৰেও মনটো কোনো কাৰণে আনন্দিত হ’ব৷ অবাবত চিন্তাৰে সময় নষ্ট নকৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷

সিংহ : কর্তব্যত নিজৰ দায়িত্ব পালন কৰিব যদিও কিবা আহুকাল দেখা যায়৷ মনৰ অৱস্থা মধ্যম৷ বিদ্যাত বেয়া দেখা নাযায়৷ প্রেমত দুর্ভাৱনা থাকিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷

কন্যা : বৰ উন্নত দিন নহ’ব৷ এটা নহয় এটা আহুকালৰ মুখামুখি হ’ব৷ অবাবত কাৰো প্রতি খং কৰি লাভ নাই বুলি পিছত বুজিব৷ উদ্বিগ্ণতাৰে কোনো সংবাদৰ অপেক্ষা কৰিব পাৰে৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১৷

তুলা : পুৱা দহ বজালৈ কিছু সাৱধান থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ শৰীৰ সম্পর্কে সচেতন থাকক৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

বৃশ্চিক : কোনোৱে আশাৰে কৰা অপেক্ষা কিছু সফল৷ যিদৰে কোনোৱে বিভিন্ন অসুবিধাৰে দিনটো পাৰ কৰিব লাগিব৷ বিদ্যাত সিমান বেয়া দেখা নাযায়৷ দাম্পত্যত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮৷

ধনু : কর্মব্যস্ততা বাঢ়িব৷ শৰীৰ মধ্যম৷ গুৰুতৰ কাম আদি হাতত ল’লেও ভবা–গুণা কৰি ল’ব৷ আর্থিকত খৰচ বৃদ্ধি৷ প্রেম–প্রীতিত মধ্যম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

মকৰ : আজি পূর্বৰ দিনতকৈ উন্নত৷ মনত দৃঢ়তাও থাকিব৷ যোগাযোগৰ পৰা উপকৃত হ’ব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৯৷

কুম্ভ : আর্থিকত হাত ধৰি চলক৷ বন্ধু–বান্ধৱৰ লগত সদ্ভাৱ ৰাখিবলৈ সক্ষম হ’ব৷ আজি পূর্বৰ দিনৰ তুলনাত কিছু উন্নত৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৯৷

মীন : কর্মাদিত মজলীয়া কোনো দায়িত্ব পালন কৰি সুখ৷ বিদ্যাতো বেয়া নহ’ব৷ জ্ঞাতি–কুটুম্বৰ চিন্তা থাকিব৷ বন্ধুৰ সংগত সুখ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

You might also like