আজি ২০ মার্চ,চ’ত মাহৰ ৬ তাৰিখ
বৃহস্পতিবাৰঃ তিথি– কৃষ্ণা ষষ্ঠী, নক্ষত্রঃ অনুৰাধা, যাত্রাঃ শুভ
মেষঃ কন্যা সন্তানৰ বিবাহৰ যোগ৷ আর্থিকত ভাল দেখা যায়৷ কর্মত কিন্তু অসুবিধা পাব৷ বিদ্যাত সাফল্য লাভ কৰিব৷ ভ্রমণ নকৰাই ভাল৷
বৃষঃ সন্তানৰ শৰীৰ সম্পর্কে সচেতন থাকক৷ পাৰিবাৰিক শান্তি অব্যাহত থাকিব৷ ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব পাৰে৷
👉চাব পাৰে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে দিল্লীত খেলিলে ষ্ট্ৰীট ক্ৰিকেট, লগত কপিল দেৱ
মিথুনঃ স্বাস্থ্যৰ ক্ষেত্রত সিমান বেয়া দেখা নাযায়৷ দিনটোত অনাৱশ্যক খৰচৰ মাত্রা বৃদ্ধি পাব৷ প্রেমত শুভ৷ বিদ্যাত শুভ ফল পাব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷
কর্কটঃ চাকৰিয়ালৰ ব্যক্তিগতভাৱে দিনটো বেয়া নাযাব৷ মাক–দেউতাকৰ শৰীৰৰ প্রতি যত্ন লোৱা প্রভাৱ বিস্তৰ কৰিব৷ সন্তানৰ বিবাহৰ বিষয়ে মতামত ব্যক্ত কৰিব পাৰে৷
সিংহঃ চুটি ভ্রমণ আছে৷ ঘৰুৱাত মধ্যম বুলি ক’ব পাৰি৷ প্রেমত শুভ৷ বিদ্যার্থীয়ে যত্ন কৰক৷ গুৰুস্থানীয় ব্যক্তিৰ শাৰীৰিক ভাল দেখা নাযায়৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
কন্যাঃ প্রেমত বাধা আছে৷ বিদ্যাত সিমান ভাল দেখা নাযায়৷ ঘৰুৱা ক্ষেত্রত পত্নী আৰু ভগ্ণীৰ পৰা সহায় লাভ কৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷
তুলাঃ ব্যৱসায় ভাল চলিব আৰু নতুন যোগাযোগে উপকৃত কৰিব৷ দাম্পত্যত পূর্বৰ তুলনাত ভাল দেখা যায়৷ বন্ধুৰ পৰা সাহায্য লাভ কৰিব৷
বৃশ্চিকঃ ব্যৱসায়ত নতুন কাম আৰম্ভ কৰা কামটোৰ প্রতি যথেষ্ট গুৰুত্ব দিয়ক৷ চাকৰিয়ালৰ উৎসাহ–উদ্দীপনা বৃদ্ধি পাব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷
ধনুঃ সামাজিক ব্যস্ততা বৃদ্ধি হ’ব৷ বিদ্যার্থীসকলৰ সিমান ভাল দেখা নাযায়৷ প্রেমত শুভ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২৷
মকৰঃ গৱেষণা কর্মত অগ্রগতি৷ দিনটোত বন্ধুবর্গৰ পৰা অকৃত্রিম সহায় লাভ৷ মাংগলিক কর্মত খৰচ হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷
কুম্ভঃ সন্তানৰ শৰীৰ সম্পর্কে সচেতন থাকক৷ পাৰিবাৰিক শান্তি অব্যাহত থাকিব৷ ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব৷
মীনঃ পাৰিবাৰিক শান্তি অব্যাহত থাকিব৷ ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ বিষয়ে স্থিৰ সিদ্ধান্ত ল’ব পাৰে৷ সন্তানৰ সাফল্যই মানসিক আনন্দ বৃদ্ধি কৰিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
কূটনৈতিক জগতৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান ৰাইচিনা ডাইলগত ভাষণ পবিত্ৰ মাৰ্ঘেৰিটাৰ