আজি ১৭ এপ্রিল, ব’হাগ মাহৰ ৩ তাৰিখ
বৃহস্পতিবাৰ : তিথি– কৃষ্ণা চতুর্থী, নক্ষত্র : অনুৰাধা, যাত্রা : নাই
মেষ : সর্বদিশত কার্যসিদ্ধি। কোনো সুখবৰ পাব। আনৰ বাবে সময় নষ্ট হ’ব। ভ্রমণত শুভ। শুভ ৰং নীলা, অশুভ– কমলা। শুভ সংখ্যা ৩৷
বৃষ : প্রেমত প্রতাৰণা। প্রতিযোগিতাত জয়লাভ। পৰিশ্রমৰ মর্যাদা পাব। লেখকৰ সুনাম। শুভ ৰং মুগা, অশুভ ক’লা। শুভ সংখ্যা ৪৷
মিথুন : আনৰ প্রতি দায়বদ্ধতা আৰু সৰলতা থাকিব। খং– ৰাগেৰে কোনো সমস্যা সমাধান নহ’ব৷ পদপথত সাৱধান। শুভ ৰং বগা, অশুভ–ৰঙা। শুভ সংখ্যা ২৷
কর্কট : গোপন কথা মনতে ৰাখিব৷ সৎ পথেৰে ধন অর্জনৰ চিন্তা কৰক৷ আত্ম অহংকাৰ বৃদ্ধি পাব৷ শুভ ৰং হালধীয়া, অশুভ ৰং ক’লা। শুভ সংখ্যা ২৷
সিংহ : পৰিশ্রমৰ মর্যাদা পাব৷ সুস্থিৰ চিন্তাৰে সমস্যা সমাধান হ’ব৷ ৰোগ কমিব। অর্থ লাভ। শুভ ৰং সেউজীয়া, অশুভ ৰং নীলা। শুভ সংখ্যা ৩৷
কন্যা : মনোবল–সাহস বৃদ্ধি পাব৷ ব্যৱসায়ত উন্নতি। কর্মত শক্তিশালী স্থিতিত উপনীত হ’ব পাৰিব৷ প্রেমত শুভ। শুভ ৰং ক’লা, অশুভ কমলা। শুভ সংখ্যা ২৷
তুলা : বহু গুৰুত্বপূর্ণ তথ্য হাতলৈ আহিব৷ সততা ৰক্ষাত গুৰুত্ব দিয়ক৷ পদোন্নতি–বদলিৰ যোগ। শিল্পীৰ সুনাম বৃদ্ধি৷ শুভ ৰং ক’লা, অশুভ–নীলা। শুভ সংখ্যা ৩৷
বৃশ্চিক : আনৰ পৰা প্রেৰণা পাব৷ প্রতিৱেশীৰ পৰা কষ্ট পাব পাৰে৷ কৃতিত্ব লাভৰ যোগ৷ স্বভাৱ সলনি কৰক৷ শুভ ৰং হালধীয়া, অশুভ কমলা৷ শুভ সংখ্যা ৪৷
ধনু : যোগ্যতা প্রদর্শনৰ যোগ৷ আনৰ প্রতি কৃতজ্ঞ হওক৷ অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকক৷ শুভ ৰং আকাশী, অশুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷
মকৰ : সমস্যা সমাধান৷ সৌভাগ্যৰ সংযোগ৷ ভ্রমণত লাভৱান হ’ব৷ ব্যৱসায়ত উন্নতি৷ শুভ ৰং মুগা, অশুভ সোণালী৷ শুভ সংখ্যা ৫৷
কুম্ভ : যিকোনো কাম কৰাৰ আগতে চিন্তা কৰিব৷ সংযম ৰক্ষা কৰিব৷ আনক হিংসা নকৰিব৷ শুভ ৰং সেউজীয়া, অশুভ নীলা৷ শুভ সংখ্যা ৩৷
মীন : শৰীৰ চর্চা কৰাসকলে সুফল পাব৷ দুঃসাহস নকৰিব৷ প্রতিৱেশীক লৈ চিন্তা৷ সততা ৰক্ষা পৰিব৷ শুভ ৰং ক’লা, আশুভ–ৰঙা৷ শুভ সংখ্যা ৪৷